‘কোনো বাংলাদেশীক মই থাকিবলৈ নিদিও। এই অঞ্চলত প্ৰভুত্ব হিন্দু সনাতনী সভ্যতাৰ থাকিব’- হুংকাৰ বিধায়ক ঋষিৰাজ হাজৰিকাৰ
বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ৰঙানদীত অতি তৎপৰ হৈছে ঋষিৰাজ হাজৰিকা। সমষ্টিটোৰ চোকে-কোনে খিলঞ্জীয়া সনাতনী হিন্দুত্বৰ প্ৰভুত্ব বিস্তাৰৰ বাবে নিজকে একপ্ৰকাৰ আত্মনিয়োগ কৰিছে বিধায়ক ঋষিৰাজ হাজৰিকাই। ইয়াৰ প্ৰথম লক্ষ্য হিচাপে বিধায়কজনে ৰঙানদী সমষ্টিৰ বজাৰ সমূহত ব্যাপক উচ্ছেদ চলাই থলুৱা লোকৰ হাতত গতাই দিয়াৰ সিদ্ধান্ত লৈছে। এয়া কৰিবলৈ যাওতে বহু লোকৰ কষ্ট হ’লেও জাতিটোৰ ভৱিষ্যত নিৰ্ধাৰণৰ…
